দেওবাৰৰ পৰা হোৱা গুৱাহাটীৰ কৃত্ৰিম বানে এই পৰ্যন্ত ৪ জনৰ প্ৰাণ লোৱাৰ খবৰ পোৱা গৈছে। মালিগাওঁ, সাউকুছি, জ্যোতিকুছিৰ পাছত পামহী লাচিতগড়ত উদ্ধাৰ হৈছে আনটো মৃতদেহ। লাচিতগড় সংযোগী নলাৰে মৃতদেহটো উটি অহা বুলি জানিব পৰা গৈছে যদিও বৰ্তমানলৈ চিনাক্ত হোৱা নাই মৃতকৰ পৰিচয়। দেওবাৰে মালিগাঁৱৰ উন্মুক্ত নলাত পৰি মৃত্যু হোৱা মহিলাগৰাকীৰ আছিল পায়েল নাথ।
গুৱাহাটীত কৃত্ৰিম বানে কাঢ়ি নিলে ৪ জনৰ প্ৰাণ







Leave a Reply