গুৱাহাটীঃ এজাক বৰষুণতে ডুবিল গুৱাহাটী মহানগৰীৰ ৰাজপথ। সন্ধিয়াৰে পৰা অহা বৰষুণজাকৰ ফলত ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হয়। কৃত্ৰিম বানৰ বাবে বিপন্ন হৈ পৰে যাতায়ত ব্যৱস্থা।
এজাক বৰষুণতে ডুবিল গুৱাহাটী মহানগৰীৰ ৰাজপথ

Leave a Reply